লোভী পত্নী | Assamese Short Film | Family Emotional Drama
ধনৰ অহংকাৰ, লোভ আৰু স্বাৰ্থই কেনেকৈ এখন সুখী পৰিয়াল ভাঙি পেলাব পাৰে? এই অসমীয়া চৰ্ট ফিল্ম "লোভী পত্নী" ত আপুনি দেখিব | এজনী অহংকাৰী পত্নীৰ কাহিনী, যিয়ে পইচাকেই সকলো বুলি ভাবিছিল। স্বামীক সন্মান নিদিয়া, দৰিদ্ৰ মানুহক অপমান কৰা আৰু নিজৰ ভায়েকক অন্ধ বিশ্বাস কৰাৰ বাবে কি বিপদত পৰে—এই সকলোবোৰ সিদ্ধান্তৰ ফলত এদিন তাই এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হয়, যিয়ে তাইৰ গোটেই জীৱন সলনি কৰি দিয়ে।
এই কাহিনীটো আপোনাক ভাবিবলৈ বাধ্য কৰিব যে ,পইচাৰে ঘৰ কিনিব পাৰি, কিন্তু মৰম, বিশ্বাস আৰু আপোন মানুহ কিনিব নোৱাৰি।
🎬 যদি ভিডিঅ'টো ভাল লাগে, তেন্তে Like, Comment, Share কৰিব আৰু এনেধৰণৰ নতুন অসমীয়া চৰ্ট ফিল্ম চাবলৈ Channel Subscribe কৰিব নাপাহৰিব।
এই ভিডিঅ'ত আছে
Assamese Short Film
Family Emotional Drama
Moral Story
Village Story
Husband Wife Story
Family Relationship
Emotional Ending
Assamese Drama
Village Family Story
Inspirational Story
#AssameseShortFilm #লোভীপত্নী #AssameseDrama #FamilyDrama #EmotionalStory #VillageStory #AssameseMovie #AssameseVideo #MoralStory #HusbandWife #FamilyRelationship #AssameseEntertainment #NewAssameseShortFilm #AssameseFilm #Drama