ঘৰফলা শাহু | Assamese Short Film | VIRAL ASSAM
এগৰাকী মাকৰ ভুল বুদ্ধিয়ে কেনেকৈ নিজৰ জীয়েকৰ সুখৰ সংসাৰখন ভাঙিবলৈ বাধ্য কৰালে ? 😢 নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ মাকে জীয়েকক এনে এটা পথ দেখুৱালে , যাৰ ফলত স্বামী-স্ত্ৰীৰ মাজত সৃষ্টি হ’ল কাজিয়া , অশান্তি আৰু অৱশেষত আহিল বিবাহ বিচ্ছেদৰ প্ৰসংগ !
এইখন হৈছে এটা পাৰিবাৰিক অসমীয়া চুটি ছবিৰ কাহিনী, য’ত দেখিবলৈ পাব এগৰাকী মাকৰ ষড়যন্ত্ৰ, জীয়েকৰ অন্ধ বিশ্বাস, স্বামীৰ ধৈৰ্য আৰু সংসাৰৰ বাস্তৱ ছবি। মাকৰ কথা শুনি জীয়েকে নিজৰ সুখৰ সংসাৰখন নিজ হাতেৰে ভাঙি পেলাব নেকি ? নে সময় থাকোঁতেই নিজৰ ভুল বুজি পাব ?
ভিডিঅ’টো শেষলৈকে চাওক আৰু জানিবলৈ চেষ্টা কৰক—নিজৰ মানুহৰ ভুল পৰামৰ্শই কেতিয়াবা জীৱনলৈ কেনে বিপদ মাতি আনিব পাৰে ।
ভিডিঅ’টো ভাল লাগিলে Like 👍, Comment 💬 আৰু Share 🔁 কৰিবলৈ নাপাহৰিব । এনে ধৰণৰ নতুন নতুন Assamese Short Film, Assamese Drama আৰু পাৰিবাৰিক কাহিনী চাবলৈ VIRAL ASSAM YouTube Channel টো Subscribe কৰি Bell Icon টো অন কৰি ৰাখক ।
আপোনালোকৰ মৰম আৰু সহযোগিতাই আমাক নতুন নতুন অসমীয়া নাটক আৰু চুটি ছবি নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰে । ❤️
#মাকৰবুদ্ধি #AssameseShortFilm #AssameseDrama #VIRALASSAM #AssameseFilm #AssameseNatok #FamilyDrama #AssameseStory #AssameseEntertainment #অসমীয়ানাটক