'চুপ্ৰিম কৰ্টত আৱেদন কৰি ২ মিনিটত অমৃতপ্ৰভাৰ জামিন বন্ধ কৰিব পাৰি।'

Asom Live 24

Asom Live 24

26,609 views

'চুপ্ৰিম কৰ্টত আৱেদন কৰি ২ মিনিটত অমৃতপ্ৰভাৰ জামিন বন্ধ কৰিব পাৰি। টকাৰ অভাৱ, এটা শুনানিত ৫ লাখ টকা লাগে। সোনকালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক চেলেঞ্জ কৰিব লাগে'। মন্তব্য জুবিন গাৰ্গ কাণ্ডৰ প্ৰথমগৰাকী এজাহাৰকাৰী মৰিগাঁৱৰ অধিবক্তা ৰাতুল বৰাৰ।
#asomlive24 #axomlive24digital

'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
Facebook: asomlive24


@asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews